মহিলাসকলে হৰিণাৰ পোৱালীক স্তনপান কৰায়

16  October 2024

 TV9 Assam

এনচিপি নেতাগৰাকীৰ হত্যাৰ পিছত পোহলৈ আহিছে ক'লা হৰিণৰ কথা

বাব ছিদ্দিকীক হত্যা

১৯৯৮ চনত চলমান খানৰ সৈতে বিষ্ণোই সম্প্ৰদায়ৰ বিবাদ আৰম্ভ হৈছিল

চলমান

‘হম সাথ সাথ হেই’ৰ শ্বুটিঙৰ সময়ত ক’লা হৰিণ চিকাৰৰ অভিযোগ উঠিছিল।

অভিযোগ

গুৰু জাম্ভেশ্বৰে অনুগামীসকলৰ বাবে ২৯টা নিয়মৰ সৃষ্টি কৰিছিল।

বিহু

NCPৰ নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ পিছতে তিনিটা নাম সৰ্বাধিক চৰ্চিত হৈছে।

চলমান, লৰেঞ্চ, হৰিণ

 বিষ্ণোই সম্প্ৰদায়ৰ মানুহে ক'লা হৰিণৰ বাবে প্ৰাণ ত্যাগ কৰিব পাৰে।

ক'লা হৰিণ

গুৰু জাম্ভেশ্বৰৰ চিন্তাত মানুহে প্ৰভাৱিত হৈ পন্থাত যোগ দিবলৈ আৰম্ভ কৰিলে।

বিষ্ণোই পন্থা

চলমান আৰু ক'লা হৰিণ!

চাবলৈ ক্লিক কৰক