কঁঠালৰ আছে বহু উপকাৰী গুণ

23 August 2024

 TV9 Assam

কঁঠালত এন্টি অক্সিডেন্ট, ফাইটোনিউট্ৰিয়েন্টচ আৰু ফ্লেভ’নয়ড থাকে।

গুণ

গুণ

কঁঠালত যথেষ্ট পৰিমাণে কাৰ্বোহাইড্ৰেট আৰু কেলৰি থাকে।

হাওঁফাওঁৰ কেন্সাৰ, মুখ গহ্বৰৰ কেন্সাৰ আদি প্ৰতিৰোধ কৰাত সহায় কৰে।

উপকাৰী

কঁঠালৰ গুটিত যথেষ্ট পৰিমাণে প্ৰ'টিন পোৱা যায়।

গুটি

কঁঠালত থকা পটাচিয়ামে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদৰোগত বাধা দিয়ে।

হৃদৰোগ

হজম শক্তিৰ উন্নতি সাধন কৰে।

হজম

কুকুৰিকণা ৰোগ প্ৰতিৰোধ কৰে।

চকু

চিধাই যাব জে’ললৈ!

চাবলৈ ক্লিক কৰক