ব্ৰেইন টিউমাৰৰ লক্ষণ

৭ অক্টোবৰ, ২০২৪

ব্ৰেইন টিউমাৰ এক জটিল ৰোগ। মস্তিষ্কৰ কোষবোৰ অসামন্যভাৱে বৃদ্ধি হোৱাৰ ফলতেই ব্ৰেইন টিউমাৰ হয়।

ব্ৰেইন টিউমাৰ

ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাৰ পাছত শৰীৰক কেইবাটাও লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ অৱজ্ঞা কৰি চলিব নালাগে। আহক জানো ইয়াৰ  লক্ষণ।

লক্ষণ কি

ব্ৰেইন টিউমাৰত আক্ৰন্ত হ'লে মিৰ্গীৰ দৰে হ'ব পাৰে। অৰ্থাৎ কেতিয়াবা চটফটাবলৈ ধৰি হঠাৎ অজ্ঞান হৈ পৰে।

লক্ষণ

যদি কোনোলোকৰ পুৱাৰ সময়ত অস্বাভাৱিক মূৰৰ বিষ হয় তেন্তে ই ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে।

মূৰৰ বিষ

কেতিয়াবা কিছুমান বস্তু ধোৱা ধোৱা দেখাও ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে।

ধোৱা ধোৱা দেখা

বাৰ বাৰ বমি অনুভৱ কৰা বা বমি অহাও ব্ৰেইন টিউমাৰৰ লক্ষণ হ'ব পাৰে। এনে লক্ষণসমূহ দেখা দিলে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লোৱাৰ দৰকাৰ।

বমি

ব্ৰেইন টিউমাৰৰ বাবে ব্যক্তিৰ ব্যৱহাৰৰ পৰিবৰ্তন হ'ব পাৰে। ব্যক্তিৰ বাৰে বাৰে মুড সলনি হ'ব পাৰে। গতিকে এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক।

মুড পৰিবৰ্তন

পঢ়িবলৈ ক্লিক কৰক 

বহু সন্তান জন্ম দিব পাৰে এইসকলে...