ল’ৰেন্সৰ সৈতে ২০ বছৰীয়া বন্ধুত্ব ছলমান-ছোহেইলৰ

১৯ অক্টোবৰ ২০২৪

TV9 ASSAM

অভিনেতা ছলমান খানে কেৰিয়াৰত এতিয়ালৈকে বহু ব্লকবাষ্টাৰ ছবি দিছে। কেৱল ছবিতে নহয় ব্যক্তিগত জীৱনতো যথেষ্ট প্ৰশংসা বুটলিছে ছলমানে।

ছলমানৰ ব্যক্তিত্ব

সততে কোনো লোকক কৰা সহায়ৰ বাবে প্ৰশংসা লাভ কৰে ছলমান খানে। তেওঁৰ পৰা সহায় লাভ কৰা তেনে এজন লোক হৈছে ব্ৰিটিছ অভিনেতা টিম ল’ৰেন্স।

টিম ল’ৰেন্স

টিম ল’ৰেন্স ছলমান খান আৰু ছোহেইল খানৰ অতি ঘনিষ্ঠ। ২০১০ চনত ছলমানৰ সৈতে ‘বীৰ’ ছবিত দেখা গৈছিল টিমক।

২০ বছৰৰ সম্পৰ্ক

২০০৪ চনত টিমে ছোহেইল খানৰ সৈতে ‘প্ৰাউড টু বি ইণ্ডিয়ান’ ছবিত কাম কৰিছিল। এই সময়তে তেওঁ খান ভাতৃদ্বয়ক লগ পাইছিল।

প্ৰাউড টু বি ইণ্ডিয়ান

‘বীৰ’ৰ শ্বুটিং কৰি থাকোঁতে টিমে ফিটনেছৰ প্ৰতি থকা আকৰ্ষণৰ বাবে ছলমানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছে বুলি জানিবলৈ দিছিল।

ফিটনেছৰ ভূমিকা

ছলমান আৰু ছোহেইলৰ প্ৰসঙ্গত টিমে লগতে ভাৰতীয় চলচ্চিত্ৰ জগতত দুয়োজনতকৈ ভাল সহ-অভিনেতা পোৱা নাযায় বুলি মন্তব্য কৰিছিল।

সহ-অভিনেতা

ছলমানৰ বিষয়ে উল্লেখ কৰি টিমে কৈছিল যে ছলমান কেৱল সুদৰ্শনীয়ই নহয়, তেওঁ এজন অ্ত্যন্ত ভাল মানুহো।

ব্যক্তিত্বৰ প্ৰশংসা

পঢ়িবলৈ ক্লিক কৰক

মহম্মদ চিৰাজৰ শিক্ষা