গাখীৰ খালে বৃদ্ধি হয় নেকি তেজৰ পৰিমাণ?

11 Feb 2025

TV9 ASSAM

গাখীৰ খোৱাৰ ফলত শৰীৰৰ বাবে বহু উপকাৰ পোৱা যায়। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে সকলোৱে নিয়মিতভাৱে গাখীৰ সেৱন কৰা উচিত।

গাখীৰ 

গাখীৰত প্ৰটিন, কেলচিয়াম, ভিটামিন বি ২, বি ১২, ফছফৰাছ, আয়’ডিন আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়।

পুষ্টিকৰ উপাদান

পুষ্টিবিদ নমামী আগৰৱালাৰ মতে, গাখীৰ খালে তেজ বৃদ্ধি হয় বুলি বহুতে বিশ্বাস কৰে। কিন্তু গাখীৰ খালে তেজ বৃদ্ধি নহয়।

বিশেষজ্ঞৰ মতামত

গাখীৰত কেলচিয়ামৰ মাত্ৰা অধিক থাকে।  হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে কেলচিয়াম অতি উপকাৰী।

হাড়ৰ বাবে

দিনটোত দুবাৰকৈ গাখীৰ খালে Vitamin B12ৰ অভাৱ নহয়। গাখীৰত প্ৰচুৰ  পৰিমাণে  ভিটামিন B12 পোৱা যায়।

ভিটামিন বি12

নিশা গাখীৰ খাই শুলে মানসিক চাপ নাথাকে। ইয়াৰ উপৰিও ই আপোনাৰ টোপনিৰ বাবেও উপকাৰী।

টোপনি 

তেজ বৃদ্ধিৰ বাবে বুট, চয়াবিন, বাৰ্বিছ, মিঠা আলু, বিলাহী, ডালিম, কেঁহা ফল আদি খাব পাৰে।

তেজ বৃদ্ধিৰ উপায়

চাবলৈ ক্লিক কৰক 

পাকঘৰত কিয় ঔষধ ৰাখিব নালাগে?