শীতকাল মানেই গাজৰৰ বহুল সমাদৰ।ইয়াৰ আছে বহু গুণ। 

9 Jan 2025

TV9 ASSAM

Image Credit source: Getty Images

গাজৰে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।

ৰোগ প্ৰতিৰোধ

গাজৰত থকা ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তোলে।

ভিটামিন

গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, ই ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।

ৰক্তচাপ

গাজৰ চকুৰ বাবে যথেষ্ঠ উপকাৰী, ই দৃষ্টি শক্তি বঢ়ায়।

দৃষ্টি

গাজৰ তেজৰ বাবে উপকাৰী, ই ওজন হ্রাসতো কৰাত সহায় কৰে।

তেজ

কৌষ্ঠকাঠিন্য ৰোগৰ বাবে উপকাৰী, ই কৌষ্ঠকাঠিন্য হ্ৰাসত সহায় কৰে।

উপকাৰ

গাজৰে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

উপকাৰ

চাবলৈ ক্লিক কৰক 

পানীহিলৈ কি?