গাজৰে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
26 Nov 2024
TV9 ASSAM
গাজৰ তেজৰ বাবে উপকাৰী।
তেজ
ভিটামিন চি য়ে আমাৰ শৰীৰত এন্টিবডি গঢ়াত সক্ষম কৰি তুলে।
এন্টিবডি
ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
ডায়বেটিছ
গাজৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত থকাত সহায় কৰে।
ৰক্তচাপ
গাজৰত ভিটামিন কে আৰু কেলচিয়াম থাকে।
কেলচিয়াম
গাজৰে কৌষ্ঠকাঠিন্য ৰোগ হ্ৰাস কৰাত সহায় কৰে।
কৌষ্ঠকাঠিন্য
গাজৰ চকুৰ বাবে উপকাৰী।
চকু
চাবলৈ ক্লিক কৰক
পুষ্পা
Learn more