TV9 ASSAM
চাণক্যই মানুহৰ জীৱনৰ প্ৰতিটো দিশৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে ।এই মতামতৰ দ্বাৰা তথা চাণক্যৰ দৰ্শনৰ দ্বাৰা মানুহে বিভিন্ন সমস্যাৰ সামধান লাভ কৰিছে ।
हेल्दी रहने के लिए हमारे शरीर के लिए विटामिन्स बेहद जरूरी है. विटामिन्स हमें ऊर्जा देने के साथ-साथ शरीर रो बीमारियों से बचाते हैं
মহিলাসকলে কোন সকলক পুৰুষৰ প্ৰতি বেছি আকৰ্ষিত হয়, সেই সন্দৰ্ভত চাণক্যই কি কয়? জানক
সৎ চৰিত্ৰৰ পুৰুষসকলক মহিলাসকলে বেছি ভাল পায় । যিসকল পুৰুষ শান্ত আৰু সহজ সৰল মনৰ হয় তেওঁলোকৰ প্ৰতি মহিলাসকল আকৰ্ষিত হয় ।
মহিলাসকলে শান্ত আৰু কথা শুনা পুৰুষসকল বেছি পছন্দ কৰে । মহিলাৰ সৰু সৰু কথাবোৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন ।
মহিলাসকলে ভাল ব্যক্তিত্বৰ পুৰুষসকলক পছন্দ কৰে । পুৰুষৰ চেহেৰাতকৈ ব্য়ক্তিত্ব মহিলাৰ বাবে গুৰুত্বপূৰ্ণ ।
কঠোৰ পৰিশ্ৰম কৰা পুৰুষৰ প্ৰতি মহিলাসকল আকৰ্ষিত হয় । গতিকে পুৰুষসকলে নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ।
জানিবলৈ ক্লিক কৰক