পুনৰ USTMক লৈ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

16 FEB 2025

TV9 ASSAM

মুখ্যমন্ত্ৰীৰ মতে USTM খন প্ৰৱঞ্চক, তাত Ph.D. ও বিক্ৰী হয়। 

মন্তব্য

'পাহাৰ কাটি শিক্ষানুষ্ঠানখন নিৰ্মাণৰ ফলতে গুৱাহাটীত কৃত্ৰিম বান হয়।'

২০২৪ চনত মুখ্যমন্ত্ৰীৰ মন্তব্য

২০২৪ চনত এই মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী আৰু USTMৰ স্বত্বাধিকাৰীৰ বিতৰ্ক হৈছিল।

USTM বিতৰ্ক

 কিন্তু আজি হঠাতে USTM সন্দৰ্ভত পুনৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। 

USTM প্ৰসংগ

মুখ্যমন্ত্ৰীয়ে কয়, আমি পাহাৰ কটাৰ ওপৰত চাবলৈ গৈ আছোঁ।

পাহাৰ খনন

 'USTM ডিগ্ৰী বা পৰীক্ষা একোৱেই নাই।' এইদৰে কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে।

ভেলেন্টাইন ডে

'অসমৰ কিছুমান বুদ্ধিজীৱিক লগত ৰাখিছে, তেওঁলোকে মাজে মাজে মাতে।'

মুখ্যমন্ত্ৰীৰ মন্তব্য

চাবলৈ ক্লিক কৰক 

ঘৰতে ছিৰাম বনাওক!