গৰ্ভৱতী মহিলাৰ বাবে কচু অতি উপকাৰী

21 August 2024

 TV9 Assam

কচু শাকত শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবাটাও উপাদান থাকে ।

কচু

 ভিটামিন A, আইৰণ, ভিটামিন B6 আৰু ফলেট আদি উপাদান থাকে।

উপাদান

ই দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী ।

উপকাৰী

কলেষ্টৰেলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।

উপকাৰ

ইয়াত থকা methionine আৰু আঁহে কলেষ্টৰেল আৰু triglycerideনিয়ন্ত্ৰণ কৰে।

উপকাৰ

উচ্চ ৰক্তচাপ আৰু হৃদ ৰোগত কচু শাক উপকাৰী।

উপকাৰী

আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।

গৰ্ভৱতী মহিলাৰ বাবে

শ্ৰদ্ধা কাপুৰ

চাবলৈ ক্লিক কৰক