কণ্ডম সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে, নহ’লে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

12 April 2025

TV9 ASSAM

বছৰ বছৰ ধৰি সমগ্ৰ পৃথিৱীজুৰি ব্যৱহৃত হৈ আহিছে এই কণ্ডম!

ব্যৱহাৰ

কিন্তু কণ্ডম ব্যৱহাৰৰ সময়ত এটা কথা অৱশ্যেই মনত ৰাখিব লাগিব, সেয়া হ’ল এলাৰ্জী। 

এলাৰ্জী

এলাৰ্জী বিশেষকৈ কাৰোবাৰ লেটেক্সৰ এলাৰ্জী থাকিলে ই ডাঙৰ সমস্যা হ’ব পাৰে। 

লেটেক্স

নন-লাটেক্স কণ্ডম ব্যৱহাৰ কৰি শাৰীৰিক সম্পৰ্ক কৰিব পাৰে।

নন-লেটেক্স

যদি কাৰোবাৰ লেটেক্সৰ এলাৰ্জী আছে তেন্তে লেটেক্স নথকা কণ্ডম উপলব্ধ কৰিবলৈ শিকক।

লেটেক্স নথকা

পালিয়ুৰেথেন বা লেম্বস্কিন কণ্ডম শাৰীৰিক সম্পৰ্কৰ সময়ত ব্যৱহাৰ কৰাটো উত্তম।

শাৰীৰিক সম্পৰ্ক

লেটেক্স এলাৰ্জীৰ ফলত উশাহ-নিশাহ লোৱাত অসুবিধা বা নিম্ন ৰক্তচাপ হ'ব পাৰে।

কিছুমান ক্ষেত্ৰত 

চাবলৈ ক্লিক কৰক 

সোণৰ মূল্য