এমাহ ধৰি তামৰ বাচনত পানী খালে কি হয়

29 Oct 2024

TV9 ASSAM

আজিকালি তামৰ বটলত পানী খোৱা ট্ৰেণ্ডলৈ পৰিণত হৈছে। যদি সঠিকভাৱে তামক বাচনত পানী খোৱা হয় তেন্তে ই শৰীৰৰ বাবে বহু উপকাৰী হৈ পৰে।

তামৰ বটল

হেল্থ লাইনৰ মতে তাম শৰীৰৰ বাবে প্ৰয়োজনীয়। ই শৰীৰত শক্ত প্ৰদান কৰে আৰু তেজৰ প্ৰডাকছনত সহায় কৰে।

স্বাস্থ্যৰ বাবে ভাল

তামৰ বটলক পানী খালে শৰীৰত আয়ৰনৰ অভাৱ দূৰ হয়। ইয়াৰ ফলত এনিমিয়া হোৱাৰ সম্ভাৱনা কম হৈ পৰে।

এনিমিয়া

তামত এন্টি এমফ্লমেটৰী আৰু এন্টি অক্সিজেন্ট গুণ পোৱা যায়,ই শৰীৰক ভালে ৰখাৰ লগতে ছাল ধুনীয়া কৰি ৰখাত সহায় কৰে।

ছাল

তামৰ বটলত পানী খালে হজম হোৱাত সহায় কৰে। সেইবাবে বহুতে পুৱাৰ ভাগত তামৰ বটলত পানী খায়।

হজম

তামৰ বটলত ৮ ঘন্টাতকৈ বেছি সময় পানী ৰাখিলে গৰম হৈ পৰে আৰু ই শৰীৰৰ বাবে অপকাৰী। ইয়াৰোপৰি তামৰ বটলত ৰখা পানী এদিনত ২ গ্লাছতকৈ বেছি পানী খাব নালাগে।

মন ৰাখিব

অধিক তাম বা কপাৰে শৰীৰলৈ বিপদত আনিব পাৰে। বিশেষজ্ঞৰ মতে নিয়ম অনুযায়ী তামৰ বাচনত পানী খাব লাগে।  গৰ্ভৱতী, বৃক্ক, এচিডিটি আদিৰ ৰোগীসকলে তামৰ বাচনত পানী খাব নালাগে।

দৰকাৰী

পঢ়িবলৈ ক্লিক কৰক 

দেৱালীৰ সময়ত ৰোপণ কৰক এই গছ