৫ জুন ২০২৪
TV9 Assam
গৰমৰ দিনত মানুহে ঠাণ্ডা ঠাইলৈ যায় ভাল পায়।
ইয়াৰ বাবে বিশেষকৈ দাৰ্জিলিং, ছিমলা আদি ঠাই ভ্ৰমণ কৰে মানুহে।
আপুনি দাৰ্জিলিং যাব বিচাৰে তেন্তে যাব পাৰে এইসমূহ ঠাইলৈ।
কেৱল শিশুৰ বাবে নহয়, প্ৰাপ্ত বয়স্ক সকলেও বেচ উপভোগ কৰে টয় ট্ৰেইনৰ যাত্ৰা।
যদি আপুনি টয় ট্ৰেইনত যাত্ৰা কৰাৰ সময় নাপায় তেন্তে যাব পাৰে এই ঠাইলৈ।
এছিয়াৰ আটাইতকৈ ডাঙৰ ৰ’পৱে যিয়ে ৪৫ মিনিটত প্ৰায় ৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে।
যদি আপুনি দাৰ্জিলিং যায় তেন্তে টাইগাৰ হিললৈ যাব নাপাহৰিব।
চাবলৈ ক্লিক কৰক
ঘৰ চাফা কৰাৰ সময়ত এই ভুলবোৰ নকৰিব