এই লক্ষণসমূহে সম্ভেদ দিয়ে ডায়েবেটিছৰ!

২৪ আগষ্ট, ২০২৪

TV9 ASSAM

অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস ফলত ডায়েবেটিছ ৰোগ হয়। শৰীৰত থকা ইনচুলিন হৰম’নে সঠিকভাৱে কাম নকৰাত তেজত চেনিৰ মাত্ৰা বৃদ্ধি পায়।

ডায়েবিটিছ

ডায়েবেটিছ ৰোগত উচ্চ ৰক্তচাপৰো সমস্যা হ’ব পাৰে। ইয়াৰ উপৰিও হৃদৰোগৰ আশংকাও বৃদ্ধি পায়।

এনে আশংকাও বৃদ্ধি

ডায়েবেটিছৰ বাবে শৰীৰত বহু পৰিৱৰ্তন দেখা যায়। এই শাৰীৰিক পৰিৱৰ্তনসমূহ আওকাণ কৰা উচিত নহয়। চাওঁ আহক এই বিষয়ে।

শৰীৰৰ পৰিৱৰ্তন

বিশেষজ্ঞৰ মতে ডায়েবেটিছৰ বাবে শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত বৃক্কই অধিক পানী নিৰ্গত কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে সঘনাই প্ৰস্ৰাৱ হ’ব পাৰে।

সঘনাই প্ৰস্ৰাৱ কৰা

ইনচুলিন হৰম’নে সঠিকভাৱে কাম নকৰাৰ বাবে শৰীৰত চৰ্বিৰ জমা হ’বলৈ ধৰে। এনে পৰিস্থিতিত পেটৰ চাৰিওফালে চৰ্বি জমা হ’ব পাৰে।

পেটৰ চৰ্বি বৃদ্ধি পায়

ডায়েবেটিছৰ বাবে শৰীৰত তেজত চেনিৰ মাত্ৰা অধিক হৈ থাকে। ইয়াৰ ফলত ছাল শুকান হৈ পৰে আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

ছালত সংক্ৰমণ

ডায়েবেটিছৰ বাবে ৰক্ত সঞ্চালন লেহেমীয়া হ’ব পাৰে। এনে পৰিস্থিতিত দেহৰ ঘাঁ সোনকালে ভাল নহয়। ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।

ঘাঁ শুকোৱাত বিলম্ব

পঢ়িবলৈ ক্লিক কৰক

সূৰ্যকুমাৰ যাদৱলৈ কলকাতাৰ নেতৃত্বৰ ‘অফাৰ’!