৩ জুন ২০২৪
আপোনাৰো চাহ প্ৰিয় নেকি, তেন্তে আজিয়েই হওক সাৱধান!
গাখীৰ চাহে হজম শক্তি কমায়,লগতে কি কি হ'ব পাৰে জানক।
চাহৰ সৈতে ভুলতেও নাখাব মিঠা বস্তু।
চাহ আৰু ফল একেলগে নাখাব, যিয়ে আপোনাৰ শৰীৰত অনিষ্ট কৰিব পাৰে।
চাহ সেৱন কৰাৰ সময়ত গাখীৰেৰে প্ৰস্তুত কৰা একো সামগ্ৰী খাব নালাগে।
চাহ খাবলৈ মন গ'লে আপুনি লাল চাহ সেৱন কৰিব পাৰে, ই আপোনাৰ বাবে উত্তম।
মনত ৰাখিব গাখীৰ চাহৰ লগত কেতিয়াও তেলত ভজা বস্তু সেৱন নকৰিব, নহ'লে অৱনতি হব আপোনাৰ স্বাস্থ্যৰ।
চাবলৈ ক্লিক কৰক
হঠাৎ কি হ’ল উৰ্ফি জাভেদৰ মুখত