TV9 ASSAM
হিন্দু ধৰ্মত তুলসীক অতি পৱিত্ৰ আৰু পূজনীয় বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে তুলসীত দেৱী লক্ষ্মী থাকে।
কিন্তু খুব কম মানুহে জানিব যে সপ্তাহত এনে এটা দিন আছে যেতিয়া তুলসীক পূজা কৰা বা পানী দিয়া উচিত নহয়।
কোন দিনা তুলসী পূজা কৰিব নালাগে আৰু কোনদিনা তুলসীৰ তলত চাকি জ্বলাব নালাগে জানক..
বিশ্বাস কৰা হয় যে দেওবাৰে তুলসী পুজা কৰা উচিত নহয়। এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়।
দেওবাৰে তুলসীৰ তলত চাকি জ্বলাব নালাগে। এনে কৰিলে মা লক্ষ্মীয়ে ক্ষোভিত হ'ব পাৰে, যাৰ ফলত ঘৰত ধনৰ অভাৱ হ'ব পাৰে।
শাস্ত্ৰ অনুসৰি, দেওবাৰে তুলসী মাতাই ভগৱান বিষ্ণুৰ বাবে নিৰ্জলা ব্ৰত পালন কৰে। সেয়েহে দেওবাৰে তুলসীৰ পূজা আৰু পানী দিব নালাগে।
দেওবাৰে তুলসী পুজা কৰিব নালাগে লগতে তুলসীক পানী দিব নালাগে । দেওবাৰে তুলসীৰ তলত চাকিও জ্বলাব নালাগে।
পঢ়িবলৈ ক্লিক কৰক