24 May 2024
মানুহে ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে এলোভেৰা ব্যৱহাৰ কৰে।
এলোভেৰাৰ ভিটামিন-A আৰু ভিটামিন-E থাকে, যিয়ে ছাল কোমল কৰাত সহায় কৰে।
কিছুমানে বেছি ধুনীয়া দেখাবলৈ বিভিন্ন ধৰণৰ বস্তু এলোভেৰাৰ সৈতে মিহলি কৰে, কিন্তু এই ক্ষেত্ৰত সাৱধান হোৱা উচিত।
এলোভেৰাৰ সৈতে নেমু মিহলি নকৰিব,নেমুৰ সৈতে মিহলি কৰি লগালে ছালখন ৰঙা পৰিব পাৰে আৰু খজুৱতি হোৱাৰ সম্ভাৱনা থাকে।
এলোভেৰাৰ সৈতে বেকিং ছ'ডা মিহলি কৰিলে ছালৰ জ্বলন হ'ব পাৰে।
বিভিন্নজনে কয় ছালখন বগা কৰিবলৈ টুথপেষ্ট লগাব লাগে, কিন্তু ভুলতেও এলোভেৰাৰ সৈতে নলগাব।
এলোভেৰা লগোৱাৰ পিছত ভুলতেও অন্য ফেচ ৱাচ ব্যৱহাৰ নকৰিব, অপকাৰ হে কৰিব।
চাবলৈ ক্লিক কৰক
ছবিগৃহলৈ প্ৰস্তুতি পৰাশৰৰ নতুন ছবি ‘প্ৰতিশ্ৰুতি’