শনিবাৰৰ দিনটোত কৰক এই ৫টা প্ৰতিকাৰ

26  October 2024

 TV9 Assam

শনিবাৰৰ দিনটো ভগৱান শনি দেৱৰ নামত উৎসৰ্গিত কৰা হয়। শনি দেৱক ন্যায়ৰ দেৱতা বুলি গণ্য কৰা হয় আৰু তেওঁ ভক্তসকলক আশীৰ্বাদ প্ৰদান কৰে 

শনি দেৱৰ আশীৰ্বাদ

শনিবাৰে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে শনি দেৱ সন্তুষ্ট হয় আৰু জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে। শনি দেৱক সন্তুষ্ট কৰিব পাৰিলে কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন হ'ব নালাগে আৰু জীৱনলৈ সুখৰ আগমন ঘটে।

সুখ 

শনিবাৰে আঁহত গছৰ তলত চাকি জ্বলাওক আৰু সৰিয়হৰ তেল দিয়ক। আঁহত গছৰ চাৰিওফালে সাতবাৰ  পৰিক্ৰমা কৰক লগতে পানী আগবঢ়াব।

আঁহত গছৰ পৰিক্ৰমা কৰক

শনিবাৰে  শনি দেৱৰ মন্ত্ৰ "ওম শং শনিশ্চাৰ্য নমঃ"  জপ কৰক। এই মন্ত্ৰটো কমেও ১০৮ বাৰ জপ কৰক। যিয়ে মানসিক শান্তি প্ৰদান কৰিব।

এই মন্ত্ৰ জপ কৰক

শনিবাৰে ক'লা তিল দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। আপুনি যিকোনো দৰিদ্ৰ লোকক ক'লা তিল দান কৰিব পাৰে।  

ক'লা তিল দান কৰক

শনি দেৱ আৰু হনুমান মাজত গভীৰ সম্পৰ্ক আছে। শনিবাৰে হনুমানক পূজা কৰি ভগৱান শনিৰ আশীৰ্বাদ লাভ কৰিব পাৰে। শনিবাৰে হনুমান চালিচা পাঠ কৰক।

হনুমান চালিচা পাঠ কৰক

শনিবাৰে হালধীয়া কাপোৰ দান কৰাটো শুভ। এই প্ৰতিকাৰবোৰ কৰিলে শনি দেৱ সন্তুষ্ট হয় আৰু আপোনাক সম্পদ, সমৃদ্ধি আৰু সুখ প্ৰদান কৰে। যিকোনো পূজা কৰোঁতে মনটো শুদ্ধ ৰাখিব।  

বিশুদ্ধ মনেৰে দান কৰক

দীপাৱলীৰ দিনা এই  স্থানত  চাকি জ্বলাওক

চাবলৈ ক্লিক কৰক