আপোনাৰ এই ভুলৰ বাবে অসন্তুষ্ট হ'ব পাৰে মা লক্ষ্মী...

12 Feb 2025

TV9 ASSAM

হিন্দু ধৰ্মত মা লক্ষ্মীৰ বিশেষ মহত্ব আছে। লক্ষ্মীক ধন-ঐশ্বৰ্যৰ দেৱী বুলি কোৱা হয়। মান্যতা অনুসৰি লক্ষ্মীক পূজা কৰিলে ধন বৃদ্ধি হয়। কিন্তু কিবা ভুল কৰিলে লক্ষ্মী অসন্তুষ্ট হয়।

ধনৰ দেৱী

বহু সময়ত মানুহৰ জীৱনত আৰ্থিক সংকতে দেখা দিয়ে। হঠাৎ সম্পত্তি হ্ৰাস পাব ধৰে আৰু আৰ্থিক উপাৰ্জনৰ উৎস কমি যায়। ইয়াৰ আঁৰত মা লক্ষ্মীৰ অসন্তুষ্টিও হ'ব পাৰে।

ধনৰ সমস্যা

বাস্তু শাস্ত্ৰ অনুসৰি, বিভিন্ন সময়ত মানুহৰ ভুলৰ বাবে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হয়।

বাস্তু

কেতিয়াও বিনামূলীয়াকৈ লাভ কৰা বস্তু ধন ৰখা স্থানত ৰাখিব নালাগে। মান্যতা অনুসৰি এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক উন্নতি নহয়।

বিনামূলীয়া

যদি আপুনি ভুল দিশৰ পৰা ধন অৰ্জন কৰিছে তেন্তে সেই ধন বেছি দিন নাথাকে। এনে কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক সমস্যা বৃদ্ধি হয়।

ভুল দিশ

ধন ৰখা স্থানত ভঙা আইনা ৰাখিব নালাগে। ভঙা আইনা অশুভৰ প্ৰতীক বুলি গন্য কৰা হয়। ভঙা আইনা ধন ৰখা স্থানত ৰাখিলে আৰ্থিক সংকতে দেখা দিয়ে।

ভঙা আইনা

চুৰি, ডকাইতিৰ আদিৰ দ্বাৰা অৰ্জন কৰা ধন কেতিয়াও হাতত নাথাকে।  ইয়াৰ ফলত মা লক্ষ্মী অসন্তুষ্ট হয়। এনেবোৰ কাৰণতে মানুহৰ আৰ্থিক সমস্যা হ'ব পাৰে।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

মাঘী পূৰ্ণিমা