TV9 ASSAM
প্ৰায় সকলো মানুহৰ জীৱনত টকা-পইচাৰ সমস্যা হয়। ইয়াৰোপৰি কিছুমান এনেলোক থাকে যাৰ হাতলৈ টকা আহিলে খৰচ হৈ যায়।
চাণক্য নীতি শাস্ত্ৰত এনে কিছুমান ভুলৰ বিষয়ে কোৱা হৈছে যি কৰিলে মানুহৰ হাতত ধন নাথাকে আৰু ব্যক্তি ঋণত ডুব যায়।
চাণক্য নীতি অনুসৰি, অসৎ পন্থাৰে অৰ্জন কৰা টকা কেতিয়াও মানুহৰ হাতত থাকে। এনে টকাই সদায় সমস্যাৰ সৃষ্টি কৰে আৰু সহজে শেষ হৈ যায়।
চাণক্যৰ মতে যি ব্যক্তিয়ে মহিলাক অপমান কৰে বা কষ্ট দিয়ে সেইসকলৰ জীৱনত কেতিয়াও উন্নতি নহয়। এনে লোকসকলৰ সদায় টকা-পইচাৰ সমস্যা হয়।
চাণক্য নীতি অনুসৰি, অহংকাৰ ব্যক্তিৰ মূল শত্ৰু। যিসকলে নিজৰ ধনৰ ওপৰত অহংকাৰ কৰে তেওঁলোকৰ ওপৰত মা লক্ষ্মী অসন্তুষ্ট হয়। অহংকাৰেও আপোনাক দৰিদ্ৰ বনাব পাৰে।
যিসকল মানুহৰ ঘৰত ভগৱানৰ নাম লোৱা নহয় বা পূজা কৰা নহয়, তেনে ঘৰত নকৰাত্মক শক্তিয়ে বাস কৰে। এনে ঘৰত লক্ষ্মী নাথাকে যাৰ বাবে মানুহ আৰ্থিক সংকটত পৰে।
ধনক সদায় সন্মান কৰিব লাগে। ধনৰ অপব্যৱহাৰ কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু তেনে ধন মানুহৰ হাতত বেছি দিন নাথাকে।
পঢ়িবলৈ ক্লিক কৰক