মোবাইল অবিহনে জীৱনটো কল্পনা কৰাটো কঠিন!

7 Nov 2024

TV9 ASSAM

মানসিক আৰু শাৰীৰিক দুয়োটা স্বাস্থ্যৰ বাবে ভাল নহয়।

উঠিয়েই ফোন চোৱা

ইয়াৰ নীলা পোহৰে আমাৰ চকুত চাপ দিয়ে।

চাপ

গোটেই দিনটো ভাগৰুৱা হৈ থাকে আৰু ৰাতি শুই থকাৰ সময়ত সমস্যা হয়।

ভাগৰুৱা

মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

শিশুৰ

এনেকুৱা অবিৰতভাৱে হয় তেন্তে টোপনি নোহোৱাৰ সমস্যা হয়। 

টোপনি ক্ষতি

স্বাস্থ্যসন্মত ৰাতিপুৱাৰ ৰুটিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

স্বাস্থ্য

পিতৃ-মাতৃ হোৱাৰ পিছত আমি বহু কথাৰ বিশেষ যত্ন লোৱা উচিত।

গুৰুত্ব

চাবলৈ ক্লিক কৰক 

আহি আছে অভিমন্যু