নৰসিংহৰ আছে যথেষ্ট উপকাৰিতা।

3 October 2024

 TV9 Assam

এই পাতৰ আঞ্জা কেইদিনমান খালে গ্ৰহণী ৰোগ উপশম হয় ।

উপকাৰ

 এই পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায় ।

উপকাৰ

পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে ।

উপকাৰ

পেট কামুৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয় ।

উপকাৰ

 ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে আঞ্জা খালে সকাহ পোৱা যায় ।

উপকাৰ

নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।

উপকাৰ

জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়।

উপকাৰ

কেঞ্চাৰৰ কাৰণ কে’ক!

চাবলৈ ক্লিক কৰক