কামাখ্য গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ।
24 Jan 2025
TV9 ASSAM
Image Source: getty image
কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে।
আখ্যান
নীলাচলত সতীৰ দেহৰ অংগ পৰাৰ বাবে সেই ঠাইত শক্তিপীঠ নিৰ্মাণ হৈছিল।
শক্তিপীঠ
ইফালে, প্ৰাগজ্যোতিষৰ ৰজা নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত।
ইতিহাস
নৰকাসুৰে নীলাচল পাহাৰত প্ৰথমতে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল বুলি জনা যায়।
নৰকাসুৰ
নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন লাভ কৰি দেৱীৰ সৌন্দৰ্যত মতিভ্ৰম হৈছিল।
প্ৰবাদ অনুসৰি
দেৱীৰ দৰ্শন লাভৰ পাছতেই দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢ়াই নৰকাসুৰে।
বিবাহ
কিন্তু দেৱীয়ে চৰ্ত দি চক্ৰান্তৰে বিয়া নহ'লে আৰু সেই খটখটিয়েই আজি মেখেলা উজোৱা পথ।
মেখেলা উজোৱা
চাবলৈ ক্লিক কৰক
গণৰাজ্য দিৱসৰ ভাষণ
Learn more