জালুকৰ গুণাগুণৰ বিষয়ে জানো আহক

9 August 2024

 TV9 Assam

জালুকত বিভিন্ন পুষ্টিকৰ উপাদান থকা বাবে মছলাৰ ৰজা বুলিও জনা যায় ।

উপকাৰিতা

জালুক শৰীৰৰ পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী ।

গুণ

বদহজম, এচিডিটিৰ পৰা আৰম্ভ কৰি বহুতো সমস্যা দূৰ কৰে।

স্বাস্থ্য 

পুষ্টিকৰ উপাদান থকা বাবে মছলাৰ ৰজা বুলিও জনা যায়।

ৰজা

জালুক শৰীৰৰ পাচনতন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপকাৰী ।

পাচনতন্ত্ৰ

কেঁচা জালুক খালে পেটৰ পৰা হাইড্ৰক্লৰিক এচিড উৎপন্ন হয়।

হাইড্ৰক্লৰিক এচিড

এচিডিটিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ।

উপকাৰী

তামৰ বটল

চাবলৈ ক্লিক কৰক