মহাকুম্ভৰ প্ৰথম দিনটোত কিমান মানুহৰ বিচ্ছেদ হ'ল...

21  Jan 2025

TV9 ASSAM

বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ ২০২৫।  ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ ২৫ ফেব্ৰুৱাৰীত অন্ত পৰিব। মহাকুম্ভত কোটি কোটি  ভক্তই ভিৰ কৰিছে।

মহাকুম্ভ মেলা

প্ৰতিদিনে মহাকুম্ভত লাখ লাখলোকে পবিত্ৰ স্নান কৰিছে। কোৱা হৈছে, এইবাৰ প্ৰায় ৪৫ কোটি ভক্তই মহাকুম্ভত অংশ গ্ৰহণ কৰিব। মহাকুম্ভত বিদেশৰ পৰাও বহু ভক্ত আহিছে।

৪৫ কোটি ভক্ত

মহাকুম্ভত বহু মানুহৰ ভিৰ হয় বাবে বিভিন্ন সময়ত মানুহ হেৰাই যোৱা দেখা যায়। অৱশ্যে এই ক্ষেত্ৰত ভক্তক সহায় কৰিবলৈ প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে।

ভিৰ

মহাকুম্ভৰ সময়ত যদি কিছুমান মহিলা স্বামীৰ পৰা পৃথক হয় আন কোনোবাই আকৌ পৰিয়ালৰ লোকক হেৰুয়ায়। এনেলোকক সহায় কৰাৰ সকলো চেষ্টা কৰিছে প্ৰশাসনে।

মহাকুম্ভ

উত্তৰ প্ৰদেশৰ ছিভিল ডিফেন্স ৱাৰ্ডেন নীতিশ কুমাৰ দ্বিবেদীয়ে কয় যে, প্ৰথম দিনটোত ২৫০ জনলোক পৰিয়ালৰ পৰা পৃথক হৈছিল আৰু আটাইকেইজনে পৰিয়ালৰ সৈতে লগ কৰাই দিয়া হৈছে।

লগ কৰোৱা হয়

উত্তৰ প্ৰদেশ প্ৰশাসনৰ মতে মহাকুম্ভৰ প্ৰথম দিনা পৰিয়ালৰ পৰা পৃথক হৈ পৰা লোকসকলক মাত্ৰ ডেৰ ঘন্টাৰ ভিতৰত পৰিয়ালৰ সৈতে লগ কৰি দিয়া হয়।

দাবী

জানিব পৰা মতে, পৰিয়ালৰ পৰা পৃথক হোৱাৰ পাছত সকলোৱে সহায় কৰা বুথৰ ওচৰত উপস্থিত হৈ গোচৰ দাখিল কৰে। পৰৱৰ্তী সময়ত প্ৰশাসনে তেওঁলোকক সহায় কৰে।

কেনেকৈ লগ হ'ল

পঢ়িবলৈ ক্লিক কৰক 

শিৱক অৰ্পন কৰক এই বস্তু...