এদিনত কিমানবাৰ হৃদস্পন্দন হয়, জানেনে?

৩ অক্টোবৰ, ২০২৪

TV9 ASSAM

হৃদযন্ত্ৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। ই শৰীৰৰ সকলো অংগলৈ অক্সিজেন আৰু পুষ্টিকৰ উপাদান সমৃদ্ধ তেজ যোগান ধৰে।

হৃদযন্ত্ৰ

এগৰাকী ব্যক্তিৰ দিনটোত প্ৰায় এক লাখ বাৰ হৃদস্পন্দন হয়।

হৃদস্পন্দন

হৃদযন্ত্ৰই প্ৰতিদিনে প্ৰায় ২০০০ গেলন বা ৭৫৭০ লিটাৰ তেজ শৰীৰলৈ সঞ্চালন কৰে।

ৰক্ত সঞ্চালন

পুৰুষতকৈ নাৰীৰ হৃদস্পন্দন অধিক হয়। মহিলাৰ ক্ষেত্ৰত প্ৰতি মিনিটত ৭০-৮৫ হৃদস্পন্দন হয়। আনহাতে পুৰুষৰ প্ৰতি মিনিটত ৬০-৮০ হৃদস্পন্দন হয়।

পুৰুষ আৰু মহিলা

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। এনে পৰিস্থিতিত কেনে অভ্যাস গ্ৰহণ কৰিব লাগে জানো আহক।

কিদৰে ল’ব যত্ন

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ফলমূল, শাক-পাচলি, কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক। ইয়াৰ উপৰিও দৈনিক ব্যায়াম কৰক।

খাদ্যাভাস

হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ মানসিক চাপৰ পৰা মুক্ত হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। লগতে ৭-৮ ঘণ্টাৰ টোপনি মাৰক।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক

হাতী কিমান বছৰলৈ জীয়াই থাকে?