ভাৰতৰ ১০০ টকা ব্ৰাজিলত কিমান হয় জানেনে? 

24 Nov 2024

TV9 ASSAM

ব্ৰাজিলত পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়, কিয়নো এমাজন বৰ্ষাৰণ্যৰ ৬০ শতাংশ এই দেশত আছে। যাৰ বাবে এই দেশখনে বিশ্বক অক্সিজেন দিয়ে বুলি কোৱা হয়।

ব্ৰাজিল

ব্ৰাজিলৰ মুদ্ৰাক ব্ৰাজিলিয়ান ৰিয়াল বুলি কোৱা হয়। ১৯৯৪ চনৰ পূৰ্বে ব্ৰাজিলৰ মুদ্ৰাৰ নাম আছিল ক্ৰুজেৰিয়া ৰিয়াল। ১৯৯৪ চনৰ পৰা ব্ৰাজিলৰ মুদ্ৰাক ব্ৰাজিলিয়ান ৰিয়াল বুলি কোৱা হয়।

মুদ্ৰা

প্ৰতিখন দেশৰ মূদ্ৰাৰ মূল্য প্ৰতি দেশত বেলেগ বেলেগ হয়। ভাৰতৰ এটাৰ মূল্য ব্ৰাজিলত হয়লৈ ০.০৬৯ ব্ৰাজিলিয়ান ৰিয়েল।

ভাৰতৰ এক টকা

ভাৰতৰ ১০০ টকা ব্ৰাজিলত  ৬.৮৬ ব্ৰাজিলিয়ান ৰিয়েল হয়গৈ। এক কথাত ক'বলৈ হ'লে ভাৰতীয় টকাৰ মূল্য ব্ৰাজিলত গৈ যথেষ্ঠ হ্ৰাস পায়।

১০০ টকা কিমান

চেন্ট্ৰেল বেংক অৱ ব্ৰাজিলে ইয়াৰ মুদ্ৰাৰ ডিজাইন আৰু তাক নিয়ন্ত্ৰণ কৰাৰ কাম কৰে। বাকী কাৰো হাতত ইয়াৰ কৰ্তৃত্ব নাথাকে।

নিয়ন্ত্ৰণ

ব্ৰাজিল এখন সৌন্দৰ্যৰে ভৰা দেশ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ব্ৰাজিলতো বহু ভাৰতীয় থাকে। ব্ৰাজিলত প্ৰায় ৫০৭৩ ভাৰতীই বাস কৰে।

ভাৰতীয়

বিশ্বৰ প্ৰতিখন দেশে অন্য দেশৰ লগতে  আমদানি- ৰপ্তানী কৰে। ব্ৰাজিলৰ পৰা ভাৰতে লো, ষ্টীল, পৰ্ল, মূল্যবান ৰত্ন, ব্ৰইলাৰ,নিউক্লিয়াৰ ৰিয়েক্টৰ, মেছিনাৰী সামগ্ৰী আদি ক্ৰয় কৰে।

 ক্ৰয়

পঢ়িবলৈ ক্লিক কৰক

সঁচা হোৱা বাবা ভাংগাৰ ভৱিষ্যত বাণী