গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে?

09 March 2025

TV9 ASSAM

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ প্ৰায়ে চৰ্চাত থাকে। তেওঁৰ নেতৃত্বত চেম্পিয়নছ ট্ৰফীত টিম ইণ্ডিয়াই ভাল প্ৰদৰ্শন কৰিছে।

গৌতম গম্ভীৰ

বিচিচিআইয়ে খেলুৱৈসকলক পেঞ্চন দিয়ে। যিসকলে খেলুৱৈয়ে ২৫ খনৰ অধিক টেষ্ট মেচ খেলিছে তেওঁলোকক প্ৰতিমাবে ৭০,০০০ টকা প্ৰদান কৰে।

বিচিচআই

গতিকে BCCI ৰ পেঞ্চন আঁচনি অনুসৰি গৌতম গম্ভীৰ পেঞ্চন প্ৰতিমাহ ৭০,০০০ টকা। গৌতমে ৫৮ খন টেষ্ট মেচ খেলিছে।

গৌতম গম্ভীৰ

ইয়াৰোপৰি গৌতম গম্ভীৰে সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। যাৰ বাবে তেওঁ তাৰ পৰাও পেঞ্চন লাভ কৰে। তেওঁ পূৱ দিল্লীৰ বিজেপি সাংসদ আছিল।

সাংসদ

ভাৰতৰ সাংসদসকলে প্ৰতিমাহে ২৫,০০০ টকা পেঞ্চন লাভ কৰে। গতিকে মাহটোত পেঞ্চন হিচাপে গৌতম গম্ভীৰে ৯৫,০০০ টকা লাভ কৰে।  অৱশ্যে সংখ্যাৰ কিছু সাল-সলনি হ'ব পাৰে।

পেঞ্চন

বিচিচিআইৰ সৈতে গৌতম গম্ভীৰে ৩ বছৰৰ চুক্তি কৰিছিল। তেওঁ ২০২৭ চনলৈ টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

৩ বছৰ

এনে পৰিস্থিতিত গৌতম গম্ভীৰ ওচৰত আজি এক ডাঙৰ সুযোগ আছে। তেওঁৰ কোচিঙত টিম ইণ্ডিয়াই চেম্পিয়নছ ট্ৰফীত জয়ী হ'লে তেওঁৰ কেৰিয়াৰৰ এক ডাঙৰ প্ৰাপ্তি হ'ব।

চেম্পিয়নছ ট্ৰফী

পঢ়িবলৈ ক্লিক কৰক 

জয়ৰ পাছতো দেশলৈ আনিব নোৱাৰিব ট্ৰফী!