ডুবাইত এটা ফ্লেটৰ ভাড়া কিমান জানেনে ? 

26 December, 2024 

TV9 ASSAM

ভাৰতৰ প্ৰায়ভাগ মানুহে ডুবাইলৈ যায়। চাকিৰ, ব্যৱসায়িক আদি কামৰ বাবে এই লোকসকলে ডুবাইত বাস কৰে। কিন্তু আপুনি জানেনে ডুবাইৰ এটা আৰু ২ কোঠা থকা ফ্লেটৰ দাম কিমান।

ডুবাইত ফ্লেটৰ দাম

ডুবাইত স্থানীয়লোকৰ সমানে বিদেশীও বহু সংখ্যক থাকে। যাৰ বাবে দিনক দিনে ইয়াত ফ্লেটৰ দাম বৃদ্ধি পাই আহিছে। আনকি ১ টা বা ২ টা কোঠাৰ ফ্লেটৰ দামো বৃদ্ধি পাইছে।

ডুবাই

ডুবাইৰ সাংখ্যিক কেন্দ্ৰ মতে যোৱা ৪ বছৰত ডুবাইৰ জনসংখ্যা অধিক বৃদ্ধি পাইছে। ডুবাইত প্ৰায় ৩২.৪ লাখ লোক আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ যায়।

জনসংখ্যা

ডুবাইত এটা শুৱনি কোঠা থকা ফ্লেটৰ মূল্য ১ বছৰত ১৩ লাখ ৬১ হাজাৰ টকা। প্ৰতিমাহে ইয়াত থকাৰ বাবদ ১ লাখ ১৩ হাজাৰ টকা ভাড়া দিব লাগে।

১ টা শুৱনি কোঠা

 ডুবাইত দুটা শুৱনি কোঠা থকা ফ্লেটৰ বাবদ প্ৰতিমাহে ১ লাখ ৬৩ হাজাৰ টকাকৈ ভাড়া দিব লাগে। ইয়াৰ পৰিমাণ বছৰি ১৯ লাখ ৫৭ হাজাৰ টকা।

দুটা শুৱনি কোঠা

ইয়াৰ লগতে ডুবাইত ৩ টা শুৱনি কোঠা থকা ফ্লেটৰ প্ৰতিমাহৰ ভাড়া ২ লাখ ৭৯ হাজাৰ আৰু বছৰি ইয়াৰ পৰিমাণ  হয়গৈ ৩৩ লাখ ৫৯ হাজাৰ টকা।

তিনিটা শুৱনি কোঠা

ৰিয়েল এস্টেট চাৰ্বিছ ফৰ্ম এংগেল এণ্ড ৱোল্কৰ্চয়ে এক এই সন্দৰ্ভত প্ৰতিবেদন জাৰি কৰিছে। প্ৰতিবেদনত উল্লেখ আছে যে ২০২৪ চনত ১ টা আৰু ২ টা শুৱনি কোঠাৰ লেনদেন বেছি হৈছে।

প্ৰতিবেদন

পঢ়িবলৈ ক্লিক কৰক

ওজন নিয়ন্ত্ৰণৰ উপায়