তীৰ্থ যাত্ৰাত মৃত্যু হোৱা কিহৰ সংকেত?

01 Feb 2025

TV9 ASSAM

হিন্দু ধৰ্মত তীৰ্থ যাত্ৰাৰ সময়ত কোনো ব্যক্তিৰ মৃত্যু হোৱা অতি শুভ বুলি গন্য কৰা হয়। মান্যতা অনুসৰি তীৰ্য যাত্ৰাৰ সময়ত মৃত্যু হোৱা ব্যক্তিয়ে মুক্তি লাভ কৰে।

অৰ্থ

কিছুমান ধৰ্ম গ্ৰন্থত তীৰ্থ যাত্ৰাত মৃত্যু আধ্যাত্মিক মুক্তি লাভৰ এক পদ্ধতি বুলি কোৱা হয়। গতিকে তীৰ্থ যাত্ৰাত মৃত্যু হোৱা ব্যক্তিৰ আত্মাই প্ৰকৃত অৰ্থত মুক্তি লাভ কৰে।

মুক্তি 

সকলোৰে জীৱনৰ উদ্দেশ্য থাকে। মান্যতা অনুসৰি,তীৰ্থ যাত্ৰাৰ সময়ত মৃত্যু হোৱা মানে ব্যক্তিৰ জীৱনৰ উদ্দেশ্য পূৰ্ণ হৈছে,সেয়ে মুক্তি লাভ কৰিছে।

উদ্দেশ্য

ধৰ্মীয় গ্ৰন্থ অনুসৰি তীৰ্থস্থানত মৃত্যু হোৱা ব্যক্তিয়ে বেছি কষ্ট বা যন্ত্ৰণা সহ্য কৰিব নালাগে। তেনে লোকসকলে নৰক যান্ত্ৰণাৰ পৰা মুক্তি লাভ কৰে ।

যন্ত্ৰণা

কোৱা হয়, তীৰ্থ যাত্ৰাত মৃত্যু হোৱা ব্যক্তিৰ আত্মাই ভগৱানৰ চৰনত স্থান লাভ কৰে।

ভগৱান

একাংশই বিশ্বাস কৰে যে মৃত্যু এক দেৱীয় ইচ্ছা আৰু ইয়াক কোনোৱে সলনি কৰিব নোৱাৰে। তীৰ্থ যাত্ৰাৰ সময়ত মৃত্যু হোৱাও এক দেৱীয় ইচ্ছা বুলি গন্য কৰা হয়।

দেৱীয় ইচ্ছা

বিভিন্ন ধৰ্মত ইযাক লৈ মান্যতা বেলেগ বেলেগ। কিছুমানে ইয়াত শুভ বুলি কোৱাৰ বিপৰীতে আন কিছুমানে ইয়াক অশুভ বুলি গন্য কৰে।

মান্যতা

বগৰী এক ঋতুকালীন ফল। বহু মানুহে বগৰী খাই ভাল ৰায়। বগৰী খাবলৈ টেঙা মিঠা হয়। ইয়াক কেঁচা অৱস্থাতো খাব পাৰি। বহুতে বগৰীৰ আচাৰো তৈয়াৰ কৰে।

ফল

পঢ়িবলৈ ক্লিক কৰক 

বগৰীৰ উপকাৰিতা