সৰস্বতী পূজাৰ দিনা কি খাব নালাগে, জানেনে?

02 Feb 2025

TV9 ASSAM

হিন্দু ধৰ্মত বসন্ত পঞ্চমীৰ বিশেষ মহত্ব আছে। এই দিনটোত মা সৰস্বতীৰ পূজা কৰা হয়। ধৰ্মীয় দিশৰ পৰা এই দিনটোত কিছু নিয়ম মানি লচা ভাল বুলি কোৱা হয়।

বসন্ত পঞ্চমী

সৰস্বতী পূজা মাঘ মাহৰ শুক্ল পঞ্চমী তিথি ২ ফেব্ৰুৱাৰী, ৰবিবাৰে পুৱা ৯.১৪ বজাৰ পৰা আৰম্ভ হৈ ৩ ফেব্ৰুৱাৰী পুৱা ৬.৫২ বজাত শেষ হ’ব।

আজি

বসন্ত পঞ্চমীৰ দিনা মাংস আৰু মদ খাব নালাগে। কোৱা হয়, এই দিনটোত নিচাযুক্ত দ্ৰব্য খোৱা হোৱা। নিৰামিষ আহাৰ গ্ৰহণ কৰি মাক পূজা কৰিব লাগে।

মাংস আৰু মদ

কিছুমান মানুহে বসন্ত পঞ্চমীৰ দিনা নহৰু আৰু পিয়াজ নাখায়। কিয়নো এই দিনটোত সৰস্বতীক পূজা কৰা হয়। এই দিনটোত এই বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।

নহৰু আৰু পিয়াজ

বসন্ত পঞ্চমীৰ দিনা বাহি খাদ্য খোৱা বেয়া। এই দিনটো কেৱল নিৰামিষ আৰু সতেজ খাদ্য খাব লাগে। বহু শিক্ষানুষ্ঠানত আজিৰ দিনটোত খিচিৰি খুৱায়।

বাহি খাদ্য

এই দিনটোত অত্যাধিক তেল থকা খাদ্য গ্ৰহণ কৰিব নালাগে। পূজা পাঠৰ সময়ত শুদ্ধতা থাকিবৰ বাবে এনেকৈ কোৱা হয়।

তেল

মান্যতা অনুসৰি, বসন্ত পঞ্চমীত হালধীয়া বস্ত্ৰ আৰু মিঠাই দান কৰিব লাগে। এই দিনটোক কিতাপ দান কৰিলে জ্ঞান বৃদ্ধি হয় বুলি কয়।

দান

পঢ়িবলৈ ক্লিক কৰক 

তীৰ্থ যাত্ৰাত হোৱা মৃত্যু কিহৰ সংকেত