লিখিবলৈ আমাক এটা কলমৰ প্ৰয়োজন হয়। 

11  Dec 2024

TV9 ASSAM

কম্পিউটাৰ, মোবাইলত টাইপিং কৰিলেও কলমৰ প্ৰয়োজন হয়।

কলম

কলম ব্যৱহাৰ শিক্ষাৰ্থীসকলে ভালকৈ বুজিব।

প্ৰয়োজন

পূৰ্বতে শিলত লিখি ইজনে সিজনক নিজৰ বাৰ্তা প্ৰেৰণ কৰিছিল।

কেনেকৈ বাৰ্তা দিছিল?

কলম আৱিষ্কাৰ হৈছিল ইজিপ্তত প্ৰায় ৪২০০ বছৰ আগতে!

আৱিষ্কাৰ

প্ৰাচীন কালত ইজিপ্তিয়ানসকলে উদ্ভাৱন কৰিছিল৷

লিখন সঁজুলি

 প্ৰথম অৱস্থাত এই কলমটো বাঁহেৰে তৈয়াৰ কৰা হৈছিল।

বাঁহৰ কলম

৩০০০ খ্ৰীষ্টপূৰ্বত বাঁহৰ কলমৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে৷ 

কলম

চাবলৈ ক্লিক কৰক 

ক্ৰেডিট কাৰ্ড