বন্ধৰ দিনত পঢ়িব বিচৰা নাই নেকি আপোনাৰ শিশুৱে?

2 June 2024

 TV9 Assam 

এই সময়ছোৱাত শিশুসকলে কেৱল খেলা-ধূলা কৰি ভাল পায়।

গৰম বন্ধ

গৰম বন্ধটো আপুনি শিশুসকলক পঢ়াত মনোযোগ লগাব পাৰে।

পঢ়াত গুৰুত্ব

বন্ধৰ সময়ত শিশুসকলক সদায় কথাবোৰ ভাল লগা কাহিনীৰ দৰে বুজাব লাগে।

কাহিনীৰ দৰে বুজাওক

শিশুক সকলো বস্তু খোলাকৈ বুজাব লাগে। ভালকৈ বুজালেহে পঢ়ি ভাল পায়।

বিস্তৃতভাৱে পঢ়াওক

শিশুক পঢ়োৱা সকলো কথা ৰুচিসম্পন্ন হ'ব লাগে, তেতিয়া পঢ়ি ভাল পায়।

ৰুচি গঢ়ি তোলা

শিশুৱে সদায় উদাহৰণ দি বুজালে পঢ়ি ভাল পায়।

উদাহৰণ

শিশুৰ লগত ধেমালি কৰি শিকাই পঢ়াত মনোযোগ বঢ়াব লাগে।

বন্ধুৰ দৰে

চাবলৈ ক্লিক কৰক

অদিতি ৰাওৰ ফেশ্বন