পাকিস্তানত বৃদ্ধি গাধৰ সংখ্যা, কাৰণ...

১২ জুন, ২০২৪

পাকিস্তানত গাধৰ সংখ্যা হৈছেগৈ ৫৯ লাখ।  বিগত বৰ্ষত ইযাৰ সংখ্যা আছিল ৫৮ লাখ। কিন্তু কিয় বৃদ্ধি হৈছে গাধৰ সংখ্যা।

কিমান বৃদ্ধি পাইছে

গাধৰ সংখ্যা সকলোতকৈ বেছি আছে পাকিস্তানত। ইয়াত এটা গাধৰ দাম ১৫ ৰ পৰা ২০ হাজাৰ পৰ্যন্ত।

সকলোতকৈ বেছি

পাকিস্তানৰ গাধৰ বিশেষ প্ৰয়োজন আছে চীনত। চীনত বহুলোকে পাকিস্তানৰ গাধ ক্ৰয় কৰে আৰু বিভিন্ন কামত ব্যৱহাৰ কৰে।

চীনত প্ৰয়োজন

গাধৰ ছালৰ পৰা জিলেটিন প্ৰটিন উলিওৱা হয়। ইয়াক শক্তিবৰ্ধমান ঔষধৰ লগতে বিভিন্ন ঔষধত কৰা হয়।

গাধৰ কাম

পাকিস্তানে প্ৰতি বছৰে চীনক প্ৰায় ৫ লাখ গাধ বিক্ৰী কৰে। গাধই পাকিস্তাৰ অৰ্থ ব্যৱস্থা উন্নত কৰাত সহায় কৰে।

কিমান বিক্ৰী কৰে

পাকিস্তানৰ গ্ৰাম্যাঞ্চলত গাধ পশুপালনৰ এটা অংশ।  খেতি-বাতিৰ লগতে বস্তু-বাহিনী কঢ়িওৱাত ইয়াক ব্যৱহাৰ কৰা হয়। পুৰণিকালৰ পৰা মানুহে ইয়াক পোহে।

কাৰণ

 পাকিস্তানত গাধৰ বিশেষ যত্ন তথা প্ৰতিপালন কৰা হয়। যাৰ বাবে ইয়াৰ সংখ্যা বৃদ্ধি পাই আহিছে। 

বিশেষ যত্ন

পঢ়িবলৈ ক্লিক কৰক

কুৱেইটত অগ্নিকাণ্ডঃ