অসমীয়া সংস্কৃতিৰ অন্যতম প্ৰধান অংগ বিহু।
18 Dec 2024
TV9 ASSAM
ধৰ্মীয় বিশ্বাস অনুসৰি, মাঘ মাহত মানুহে বহু জন্মৰ ফল লাভ কৰে।
লোকবিশ্বাস
যিসকলৰ সন্তান জন্মহৈ মৃত্যু হয় সেই সকলে এই ভেলাঘৰত ভোজ দি আশীৰ্বাদ ল’লে ফল পায়।
প্ৰচলি বিশ্বাস
মাঘ বিহু বুলিলেই সমগ্ৰ অসমতে গোট-কৰাই খোৱাৰ নিয়ম আছে।
নিয়ম
মাঘ বিহুত কাঠআলু নাখালে পাছৰ জন্মত গাহৰি হ’ব লাগে বুলি প্ৰচলিত।
লোকবিশ্বাস
অসমৰ স্থান বিশেষে মাঘ বিহুত “মাঘী পঁইতা” খোৱাৰ নিয়ম এটাও প্ৰচলিত ।
নিয়ম
সম্ভৱ হ’লে বিচনাৰ পৰিৱৰ্তে মাটিত শুব লাগে। বেছি দেৰিলৈকে শুৱা অনুচিত।
মাঘ মাহত
মাঘ মাহত কোনো লোকক মিছা কথা নক'ব বা কাকো অপমান নকৰিব।
বিশ্বাস
চাবলৈ ক্লিক কৰক
ট্ৰেইন বাতিলৰ কাৰণ
Learn more