নৱৰাত্ৰিত কি কি কৰিব নালাগে

৯ অক্টোবৰ, ২০২৪

হিন্দু ধৰ্মত নৱৰাত্ৰিৰ বিশেষ মান্যতা আছে। এই সময়ত বহুলোকে দেৱীক পূজা অৰ্চনা কৰে আৰু উপবাসে থাকে। নৱৰাত্ৰিৰ সময়ত কিছুমান কাম কৰিব নালাগে বুলি কোৱা হয়।

পূজাৰ ফল নাপায়

নৱৰাত্ৰিৰ সময়ত মাংস আৰু সুৰা পান কৰা বৰ্জিত। কিছুমান পিয়াজ আৰু নহৰুও নাখায়। এইবোৰ খালে শুভ ফল পোৱা নাযায় বুলি কোৱা হয়।

খাব নালাগে

নৱৰাত্ৰিৰ সময়ত দুখ কৰিব নালাগে। নৱৰাত্ৰিৰ সময়চোৱাত কাজিয়া কৰিব নালাগে। এনে কৰিলে দেৱী অসন্তুষ্ট হয়।

শোক

নৱৰাত্ৰিত নকৰাত্মক চিন্তাৰ পৰা দূৰত থাকিব লাগে। এই সময়চোৱাত চুলি কাটিব নালাগে আৰু নখ কাটিবও নালাগে বুলি কয়।

চুলি, নখ নাকাটিব

নৱৰাত্ৰিৰ সময়ত বিশুদ্ধ আৰু পবিত্ৰ বহু খাব লাগে। সেইবাবে মাছ,মাংস, সুৰা আদি এনে অশুদ্ধ খাদ্য খাব নালাগে।

এই বস্তু নাখাব

নৱৰাত্ৰিত মা দুৰ্গাৰ ৯ টা ৰূপৰ পূজা কৰা হয়। সেইবাবে মা দুৰ্গাক সন্তুষ্ট কৰবলৈ ভক্তই বহু নিয়ম মানি চলে।

নিয়ম

জনবিশ্বাস অনুসৰি নৱৰাত্ৰিৰ সময়ত বিচনাত শুব নালাগে। ইয়াৰ সলনি পকা বা মাটিত শুব লাগে। অৱশ্যে এই সকলোবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

বিচনাত শুব নালাগে

পঢ়িবলৈ ক্লিক কৰক 

ৰাৱণক পূজা কৰা মন্দিৰ