সাৱধান! এই ৫ বিধ বস্তু দান কৰাতো মহাপাপ

২৯ জুলাই, ২০২৪

Tv9 Assam

হিন্দু ধৰ্মত দানৰ মহত্ব অধিক। দান কৰিলে মানুহৰ পুণ্য হয় বুলি কোৱা হয়। দানৰ উদ্দেশ্য মানুহক সহায় কৰা আৰু সমাজত সন্তুলন বজাই ৰখা।

দানৰ মহত্ব

দান বিভিন্ন প্ৰকাৰৰ যেনে- অন্নদান, বস্ত্ৰদান, ধনদান আদি। কিন্তু কিছুমান বস্তু দান কৰাতো ভাল নহয়। যাৰ বাবে মানুহৰ পাপ হয়।

বিভিন্ন প্ৰকাৰৰ দান

অন্নদান মহান দান। কিন্তু বাহি খাদ্য দান কৰাতো মহাপাপ বুলি কোৱা হয়। বাহি বা বেয়া হোৱা খাদ্য দান কৰিলে নেতিবাচক প্ৰভাৱ পৰে।

বাহি খাদ্য

মান্যতা অনুসৰি ষ্টীল বা তামপ সামগ্ৰী দান কৰিব নালাগে। এনে কৰিলে ঘৰৰ সুখ- শান্তি নোহোৱা হয়। ব্যৱসায়তো প্ৰভাৱ পৰে।

বাচন

ঝাড়ৰ সম্বন্ধ ঘৰৰ লক্ষ্মীৰ লগত। সেয়ে ঝাড়ু দান কৰাতো বেয়া।দান কৰা আৰু দান লোৱা দুয়োজনৰে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

ঝাড়ু

শাস্ত্ৰ অনুসৰি জোঙা সামগ্ৰী যেনে ছুৰী, কেছি আদি দান কৰিব নালাগে। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত ভুল বুজা- বুজি হয়।

জোঙা সামগ্ৰী

তেল দান কৰাতো শুভ। কিন্তু বেয়া দান কৰাতো পাপ বুলি ধৰা হয় । ব্যৱহাৰ কৰা তেল দান কৰাও বেয়া।

বেয়া তেল

পঢ়িবলৈ ক্লক কৰক

শাওণৰ শুভ সংযোগ!