ড্ৰেগন ফলত কি ভিটামিন থাকে?   

১৮ অক্টোবৰ ২০২৪

 TV9 ASSAM

যদি আপুনি চুলিৰ উজ্জ্বলতা আৰু প্ৰাকৃতিক সৌন্দৰ্য বিচাৰে, ব্যয়বহুল সামগ্ৰীৰ তুলনাত প্ৰাকৃতিক বস্তুবোৰ অধিক কাৰ্যকৰী

স্বাস্থ্যকৰ ফল

ড্ৰেগন ফলৰ নামো সেইবোৰৰ ভিতৰত আছে। এই ফলবিধ যথেষ্ট স্বাস্থ্যকৰ কিন্তু বজাৰত ইয়াক অতি ব্যয়বহুলভাৱে বিক্ৰী কৰা হয়। 

ড্ৰেগন ফ্ৰুট

ড্ৰেগন ফলত এণ্টিঅক্সিডেণ্ট ভিটামিন বি, চি, আইৰণ, কেলচিয়াম, মেগনেছিয়াম, লাইকোপেন আৰু বেটিন আদি উপাদান থাকে।

বিশেষজ্ঞৰ মতামত

ড্ৰেগন ফলত থকা ভিটামিন চি আৰু কেৰোটিনইডে ৰোগ প্ৰতিৰোধ প্ৰণালী ক্ষমতা কৰাত সহায় কৰিব পাৰে।

ৰোগ প্ৰতিৰোধক

ড্ৰেগন ফলত ফাইবাৰ থাকে, যিয়ে আমাৰ হজম উন্নত কৰাত সহায় কৰিব পাৰে। 

হজম

ড্ৰেগন ফলত থকা ভিটামিন চিয়ে ছালত কোলাজেন প্ৰস্তুত কৰাত সহায় কৰিব পাৰে। চুলি মজবুত কৰাৰ লগতে চুলি সৰা সমস্যা প্ৰতিহত কৰিব পাৰে। 

ছাল

ড্ৰেগন ফলক নিম্ন গ্লাইচেমিক সূচক ফল বুলি কোৱা হয়। ডায়েবেটিছ ৰোগীৰ বাবে ড্ৰেগন ফল উপকাৰী।

ডায়েবেটিছ

কালী পূজা

চাবলৈ ক্লিক কৰক