E-69, পৃথিৱীৰ শেষৰ পথটো ক'ত আছে জানেনে? 

২৪ অক্টোবৰ, ২০২৪

TV9 ASSAM

নতুন ঠাইত ভ্ৰমণ কৰা, নতুন ঠাই চোৱা বহুতৰে হেঁপাহ থাকে।  ভ্ৰমণ কৰি ভালপোৱা মানুহে দেশ- বিদেশৰ বহু ঠাই ভ্ৰমণ কৰা দেখা যায়।

ভ্ৰমণ

ইউৰোপৰ ন'ৰৱে পৃথিৱীৰ শেষ দেশ বুলি কোৱা হয়।ইয়াতেই পৃথিৱী শেষ হয়। ন'ৰৱেত এনে এটা পথ আছে যাক পৃথিৱীৰ শেষৰটো পথ বুলি কোৱা হয়।

পৃথিৱীৰ শেষৰ দেশ

এই পথটোক ইংৰাজীত লাষ্ট ৰোড অফ দ্যা ৱাৰ্ল্ড বুলি কোৱা হয়। কোৱা হয়, এই ঠাইত পৃথিৱী নহয় কেৱল পানী আছে।

শেষৰটো পথ

পৃথিৱীৰ শেষৰটো পথৰ নাম E-69, এইটো এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাস্তাটোৰ সিটো পাৰত একোৱেই নাই। ইয়াতে শেষ হয় পৃথিৱী।

E-69

E-69 ৰাষ্ট্ৰীয় ঘাইপথ সমাপ্ত হোৱাৰ পাছত কেৱল গ্লেছিয়াৰ আৰু সাগৰ দেখা পোৱা যায়। ১৪ কিলোমিটাৰ দৈৰ্ঘৰ এই পথটো প্ৰায়ভাগ বৰফে আৱৰি থাকে।

গ্লেছিয়াৰ আৰু সাগৰ

এই ঠাইত বহুলোকে ভ্ৰমণৰ বাবে যায়। কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথত অকলে যোৱা আৰু গাড়ী চলোৱাত নিষেধাজ্ঞা আছে। নৰৱে উত্তৰ মেৰুৰ ওচৰত অৱস্থিত। ইয়াতে পৃথিৱীয়ে নিজৰ কক্ষত ঘূৰে। ঠাণ্ডা জলবায়ু আৰু প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ বিশেষত্ব।

অকলে যাব নোৱাৰে

 ইয়াত ৬ মাহত এটা দিন আৰু ৬ মাহত এটা ৰাতি হয়। ঠাণ্ডাৰ দিনত ইয়াত সূৰ্য দেখা পোৱা নাযায় আৰু গৰমৰ দিনত সূৰ্য অস্ত নাযায়। এক কথাত গৰমত ইয়াত নিশা নহয়।

দিন আৰু ৰাতি

পঢ়িবলৈ ক্লিক কৰক 

এই ঠাইলৈ যাব নোৱাৰে কোনো ভাৰতীয়