শীতকালত শুকান, চুলি সৰা আদি সমস্যা হয়।
6 Nov 2024
TV9 ASSAM
শীতকালত চুলিক অতিৰিক্ত যত্নৰ প্ৰয়োজন।
চুলি
যিকোনো ধৰণৰ হিট ষ্টাইলিং সঁজুলি ব্যৱহাৰ নকৰিব।
হিট ষ্টাইলিং
শীতকালত দৈনিক চুলি ধোৱাৰ পৰা বিৰত থাকক।
চুলি ধোৱা
শুকান দিনত সপ্তাহত দুবাৰতকৈ বেছি চুলি নোধোৱাৰ চেষ্টা কৰক।
দুবাৰ ধোৱক
স্বাভাৱিক বা পাতল ফণিৰে চুলি বেছি চিঙিব পাৰে।
সঠিক ফণি
চুলি কোমল আৰু চিকচিকিয়া কৰিবলৈ হেয়াৰ মাস্ক ব্যৱহাৰ কৰক।
হেয়াৰ মাস্ক
তেল লগালে চুলি ডাঠ, মজবুত আৰু কোমল হোৱাত সহায় কৰে।
তেল লগোৱা
পঢ়িবলৈ ক্লিক কৰক
ৰাহাৰ জন্মদিন
Learn more