ম’ম’ আৰু পাস্তা খালে ক্ষতি নহয় আপোনাৰ স্বাস্থ্যৰ!

15 August 2024

 TV9 Assam

জাংক ফুডৰ সোৱাদ যথেষ্ঠ ভাল লাগে।

জাংক ফুড

ম’ম’, পাস্তা, পিজ্জা, বাৰ্গাৰ, নুডলছ আৰু ৰোল দেখিলে মানুহ আসক্ত হৈ পৰে।

সোৱাদ

এইবোৰত ছ’ডিয়ামৰ পৰিমাণো যথেষ্ট বেছি।

ক্ষতি

আপুনিও খাব পাৰে কিন্তু এই দুটা খোৱাৰ পিছত দৈ খাব।

দৈ

হজম শক্তি বৃদ্ধি কৰাত দৈয়ে সহায় কৰে।

হজম

জাক ফুডত অধিক পৰিমাণে তেল আৰু নিমখ থাকে।

অস্বাস্থ্যকৰ

চিলি চিকেন খোৱাৰ পিছত নিশ্চিতভাৱে পেপাৰমিন্ট টি খাব।

সোৱাদ

OYOৰ যাদু!

চাবলৈ ক্লিক কৰক