শনি দোষৰ পৰা মুক্তি পাবলৈ কি জন্তুক খাদ্য খুৱাব লাগে?

17  Nov 2024

TV9 ASSAM

জীৱনত শনিৰ  প্ৰভাৱে কেতিয়াবা বহুত ক্ষতি কৰে। শনিদেৱক সন্তুষ্ট কৰিবলৈ আৰু প্ৰকোপৰ পৰা ৰক্ষা কৰিলে কিছুমান উপায় অৱলম্বন কৰিব পাৰে।

শনিৰ প্ৰকোপ

শনিদেৱৰ এটা জন্তু খুব প্ৰিয় আৰু সেই জন্তুক খাদ্য খুৱালে শনি দোষৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি কোৱা হয়।

প্ৰিয় জন্তু

শনি দোষৰ পৰা পৰিত্ৰাণ পাবলৈ ক'লা কুকুৰক ৰুটি খুৱাব লাগে। ক'লা কুকুৰক ৰুটি খুৱালে শনিদোষ নোহোৱা হয় আৰু নকৰাত্মক শক্তি ঘৰত প্ৰৱেশ নকৰে বুলি কয়।

কি কৰিব

শনিবাৰৰ দিনা ক'লা কুকুৰক তেলেৰে বনোৱা ৰুটি খুৱাব লাগে। ক'লা কুকুৰক ৰুটি খুৱালে শনিদেৱ সন্তুষ্ট হয় আৰু তেওঁৰ প্ৰকোপৰ পৰা ৰক্ষা পোৱা যায়।

দিন

ক'লা ৰং শনিৰ প্ৰতীক বুলি কোৱা হয়। সেয়ে ক'লা কুকুৰ বা ক'লা গাই গৰুক ৰুটি খুবাব লাগে। ক'লা কুকুৰৰ লগতে ক'লা গাই গৰুক ৰুটি খুৱালে শনি দোষৰ পৰা মুক্তি পোৱা যায়।

গৰু

শনিবাৰৰ দিনটোত ক'লা গাই গৰুক ৰুটি খুৱালে সুফল পোৱা যায় বুলি কোৱা হয়। ক'লা গাই গৰুক ৰুটি খুৱালে কুণ্ডলীত শনি গ্ৰহই শান্তি লাভ কৰে।

কি হয়

ইয়াৰোপৰি শনিবাৰৰ দিনটোত কাউৰীত চাউল খুৱাব লাগে।  কাউৰী শনিৰ প্ৰতীক বুলি ধৰা হয়, গতিকে কাউপীৰ চাউল খুৱালে শনিদেৱ সন্তুষ্ট হয়।

কাউৰী

পঢ়িবলৈ ক্লিক কৰক

এনেদৰে ঘৰত তৈয়াৰ কৰক টোনাৰ