TV9 ASSAM
বহু লোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰা ধন ডুব যোৱা দেখা গৈছে। এই সময়ত আমি ধন ৰাহি কৰাৰ ফৰ্মূলাৰ বিষয়ে ক'ম
১০ বছৰৰ বাবে ১২% বাৰ্ষিক ৰিটাৰ্ণ দিয়া যিকোনো ফাণ্ডত আপুনি মাহে ১০ হাজাৰকৈ ২৩-২৪ লাখ টকা জমা কৰিব পাৰে।
আকৌ ২০ বছৰৰ বাবে ১২% বাৰ্ষিক ৰিটাৰ্ণ দিয়া যিকোনো ফাণ্ডত আপুনি মাহে ১০ হাজাৰকৈ ১ কোটি টকালৈ জমা কৰিব পাৰে।
ইয়াৰ উপৰিও আপুনি উপাৰ্জনৰ ৫০ % প্ৰয়োজনীয় খৰচৰ বাবে ৰাখি ৩০% ফাণ্ডত আৰু বাকী ২০% আন কোনো ঠাইত বিনিয়োগ কৰিব পাৰে।
১৫-১৫-১৫ ফৰ্মূলাটো অধিক জনপ্ৰিয়। ইয়াৰ বাবে ১৫ বছৰৰ বাবে ১৫ বাৰ্ষিক সূতত আপুনি মাহে ১৫ হাজাৰকৈ ১ কোটি টকালৈ জমা কৰিব পাৰে।
এই নিয়ম সাধাৰণতে অৱসৰ ফাণ্ডৰ লগত জড়িত। এই অনুসৰি আপোনাৰ বাৰ্ষিক খৰচৰ ২৫ গুণ সঞ্চয় কৰাৰ পৰামৰ্শ দিয়া হৈছে। যদি আপোনাৰ বাৰ্ষিক খৰচ ৪ লাখ টকা, তেন্তে আপুনি ১ কোটি টকালৈ জমা কৰিব লাগিব।
হিন্দু ধৰ্মৰ বিভিন্ন শাস্ত্ৰত মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত সমৰ্পিত। এই দিনটোত ভক্তসকলে হনুমানক পূজা কৰে।
চাবলৈ ক্লিক কৰক