ফুৰিবলৈ যোৱাৰ পূৰ্বে এনেকৈ ঠিক কৰক বাজেট, নহয় সমস্যা

30 May 2024

 TV9 Assam 

কৰোবাত ফুৰিবলৈ গ'লে আমি পইচাৰ চিন্তা কৰোঁ, এই টিপচ্ অনুসৰণ কৰিলে আপোনাৰ সমস্যা নহয়।

বাজেটৰ হিচাপত ভ্ৰমণ

যদি আপুনি আউট চিজন যায় তেন্তে আপোনাৰ পইচা বহুত ৰাহি হ.ব।

আউট চিজন

কৰোবাৰ ফুৰিবলৈ যোৱাৰ পূৰ্বে কি কি স্থান ভ্ৰমণ কৰিব আগতীয়াকৈ ঠিক কৰি লওক।

সঠিক স্থান

কৰোবাত ফুৰিবলৈ যোৱাৰ কেইমাহমান আগতে টিকট কাটি লওক, তেতিয়াও আপোনাৰ পইচা ৰাহি হ'ব।

টিকট

ফুৰিবলৈ গ'লে সেই স্থানৰ স্থানীয় খাদ্যৰ বিষয়ে জানি ল'ব লাগে, ডাঙৰ হোটেলৰ পৰিৱৰ্তে লোকেল খাদ্য খাওক।

লোকেল ফুড

ফুৰিবলৈ গ'লে সদায় প্ৰয়োজনীয় সামগ্ৰীহে নিব লাগে। বেছি সামগ্ৰী নিলে চাৰ্জ বেছি হৈ যায়।

কম সামগ্ৰী

কৰোবাত ফুৰিবলৈ গ'লে সদায় ৰাজহুৱা পৰিবহনত যাতায়াত কৰিব, আপোনাৰ পইচা বহুত কমতে হ'ব।

ৰাজহুৱা পৰিবহন

চাবলৈ ক্লিক কৰক

গ্ৰীষ্মকালত পিন্ধক সেউজীয়া ৰঙৰ এনে পোছাক