TV9 ASSAM
সকলোৱে এটা সুখী জীৱন বিচাৰে। মানুহক সুখী আৰু সুস্থ-সবলভাৱে জীয়াই থাকিবলৈ ধনৰ প্ৰয়োজন হয়। যাৰ বাবে মানুহে বহু পৰিশ্ৰম কৰি ধন অৰ্জন কৰে।
জ্য়োতিশ শাস্ত্ৰত বিভিন্ন উপায় উল্লেখ আছে, যি অনুসৰণ কৰিলে জীৱনৰ দুখ-কষ্ট নোহোৱা হয়। আৰু জীৱনটো সুখ-শান্তি, সমৃদ্ধিৰে ভৰি পৰে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি আমাৰ ঘৰত থকা সৰু সৰু বস্তুৱে বহু চমৎকাৰ কৰিব পাৰে। এই বস্তুসমূহ ভালদৰে প্ৰয়োগ কৰিলে জীৱনৰ পৰা ডাঙৰ ডাঙৰ সমস্যা নোহোৱা হয়।
যদি কোনো কাম বাৰে বাৰে কৰাৰ পাছতো হৈ উঠা নাই তেন্তে এখন পকেটত সেউজীয়া ৰুমাল এখন ৰাখক আৰু ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ সময়ত চফ খাওক। এনে কৰিলে ব্যক্তিৰ সকলো কাম সম্পূৰ্ণ হয়।
কোৱা হয়, কুণ্ডলীত শুক্ৰ আৰু চন্দ্ৰৰ স্থিতি ভাল নহ'লে প্ৰতিদিনে মিশ্ৰীৰ লগতে চফ খাব লাগে। এনে কৰিলে ধন-সম্পত্তি বৃদ্ধি হয় আৰু জীৱনলৈ সুখ আহে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি, যদি সফলতাত বাধা আহিছে তেন্তে কুণ্ডলীৰ মংগল দুৰ্বল হ'ব পাৰে। যদি এনে হয় তেন্তে ঘৰৰ পৰা চফ খাই ওলাব লাগে। কিছুমানে মঙলবাৰে ব্ৰতো ৰাখিব পাৰে।
মান্যতা অনুসৰি চফ সেৱ কৰিলে বুদ্ধি, জ্ঞান বৃদ্ধি পায়। লগতে গ্ৰহৰ স্থিতি মজবুত হয় আৰু জীৱনলৈ সুখ শান্তি ঘূৰি আহে।
পঢ়িবলৈ ক্লিক কৰক