Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন?

1 April 2025

TV9 ASSAM

বৰ্তমান ছ’চিয়েল মিডিয়াত ঘিবলী ষ্টুডিঅ’ৰ ষ্টাইল ফটো শ্বেয়াৰ কৰাৰ ধাৰা দেখা গৈছে।

 ট্ৰেণ্ড

ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হৈ পৰা ঘিবলী আৰ্ট আহিছে জাপানী ষ্টুডিঅ’ৰ পৰা। এই কাৰণেই এই ষ্টাইলৰ সম্পূৰ্ণ নাম Ghibli Studio effect।

ক’ৰ পৰা আহিল?

হায়াও মিয়াজাকি হৈছে জাপানীজ ষ্টুডিঅ’ৰ সহ-প্ৰতিষ্ঠাপক, যাৰ অন্তৰ্গত এই ঘিবলী আৰ্ট ষ্টাইল।

মাষ্টাৰমাইণ্ড কোন?

ঘিবলী আৰ্ট ষ্টাইলৰ প্ৰতিষ্ঠাপক হায়াও মিয়াজাকিয়েও বহু ছবি নিৰ্মাণ কৰিছে। তেওঁ এজন এনিমেচন পৰিচালক।

বহু ছবি নিৰ্মাণ কৰিছিল

১৯৪১ চনৰ ৫ জানুৱাৰীত টকিঅ’ত জন্মগ্ৰহণ কৰা হায়াও মিয়াজাকিয়ে এনিমেটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

টকিঅ'ত জন্ম

১৯৮৫ চনৰ ১৫ জুনত মিয়াজাকি, ইছাও আৰু চুজুকি টোছিঅ’ই ঘিবলী ষ্টুডিঅ’ প্ৰতিষ্ঠা কৰে। এতিয়া এই ষ্টুডিঅ’ৰ ইফেক্ট ভাইৰেল হৈ পৰিছে।

কেতিয়া নিৰ্মাণ কৰা হৈছিল?

ঘিবলী ষ্টুডিঅ’ৰ সহ-প্ৰতিষ্ঠাপক মিয়াজাকিৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য'ত এআইৰ দ্বাৰা নিৰ্মিত এনিমেচনক “জীৱনৰ অপমান” বুলি অভিহিত কৰিছে।

জীৱনৰ অপমান 

চাবলৈ ক্লিক কৰক 

Ghibli Style  ভিডিঅ’