খালী পেটত আদাৰ পানী খাবলৈ আৰম্ভ কৰক
03 July 2024
TV9 Assam
আদা আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী।
আদা
এন্টি-বেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী গুণ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী।
উপকাৰী
কিছুমান মানুহে আদাৰে পুৱাৰ আৰম্ভণি কৰি ভাল পায়।
প্ৰিয়
খালী পেটত আদাৰ পানী খালে আমাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে।
উপকাৰ
ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।
উপকাৰ
ফুলা আৰু বিষ কমোৱাত এইবোৰ সহায়ক।
বিষ
বাতবিষ ৰোগীৰ বাবে ই অতি উপকাৰী।
বাতবিষ
চাবলৈ ক্লিক কৰক
ফেশ্বন
Learn more