এই ৪ ৰাশিৰ যুৱকৰ সৈতে বিয়াত বহক! ফুলিব ভাগ্য...

২১ অক্টোবৰ, ২০২৪

TV9 ASSAM

বিয়া মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ এক সিদ্ধান্ত। যুৱক বা যুৱতী, সকলোৱে বিচাৰে তেওঁৰ সংগীজন ভাল হোৱাতো। যাৰ বাবে বহু চিন্তা কৰি মানুহে বিয়া পাতে।

বিয়া

জ্যোতিষ শাস্ত্ৰ অনুসৰি,কিছুমান ৰাশিৰ যুৱক এনে হয় যাৰ ওপৰত যুৱতীয়ে চকু মুদি বিশ্বাস কৰিব পাৰে আৰু বিয়াত বহিব পাৰে। এনে যুৱকে বিশ্বাসঘাটকতা নকৰে।

বিশ্বাস

জ্যোতিষ শাস্ত্ৰ অনুসৰি, কৰ্কট ৰাশিৰ যুৱকসকল পাৰিবাৰিক। বিয়াৰ পাছত তেওঁলোকে ভাল স্বামী, উপযুক্ত পিতৃ হয়। কোৱা হয় এই ৰাশিৰ যুৱকৰ বাবে যুৱতীসকল সদায় সুখী থাকে।

কৰ্কট ৰাশি

 মিথুন ৰাশিৰ যুৱকৰ সৈতেও যুৱতীসকল বিয়াত বহিব পাৰে। মিথুন ৰাশিৰ যুৱকে কেতিয়াও বিশ্বাসঘাটকতা নকৰে আৰু সদায় যুৱতীক সুখত ৰাখে।

মিথুন ৰাশি

তুলা ৰাশিৰ যুৱকে সদায় সদায় কৰে। বিয়াৰ পাছত পত্নীৰ সকলো দিশতে সহায় আৰু সমৰ্থন কৰে। এই ৰাশিৰ লোকসকল বুজা বুজিৰ মাজেৰে চলে আৰু পত্নীক সুখত ৰাখে।

তুলা ৰাশি

বিয়াৰ বাবে বৃশ্চিক ৰাশিৰ লোকসকলো শুভ। এই ৰাশিৰ যুৱকে যুৱতীসকলক বিশ্বাস কৰে আৰু সদায় সুখত ৰাখে। এই ৰাশিৰ লোকে কেতিয়াও বিশ্বাসঘাটকতা নকৰে।

বৃশ্চিক ৰাশি

এই ৪ ৰাশিৰ যুৱকে নিজৰ পত্নীৰ সকলো ইচ্ছা পূৰণ কৰে আৰু কেতিয়াও বিশ্বাসঘাটকতা নকৰে বুলি কোৱা হয়। এই ৰাশিৰ যুৱকসকলে পত্নীৰ সদায় সুখত ৰাখে আৰু এটা সুখী জীৱন দিয়ে।

সুখ

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ এই দিশত ৰাখক গণেশৰ মূৰ্তি