TV9 ASSAM
ভাৰতৰ তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া ২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে।
বিৰাট কোহলী, মহেন্দ্ৰ সিং ধোনী, ৰোহিত শৰ্মাৰ দৰে প্ৰবীণ খেলুৱৈক আঁতৰাই হাৰ্দিক পাণ্ডিয়াক গুগলত বিচাৰিলে অনুৰাগীয়ে ।
বিবাহ বিচ্ছেদৰ পৰা আৰম্ভ কৰি টি-২০ বিশ্বকাপ জয় কৰালৈকে গুগলত হাৰ্দিকৰ সন্ধান কৰা হৈছিল। ইয়াৰ কাৰণ কি ?
আইপিএলত মুম্বাই ইণ্ডিয়ানছলৈ উভতি অহাৰ পাছত অধিনায়কৰ দাযিত্ব লৈছিল হাৰ্দিকে। তেওঁৰ অধিনায়কত্বত দলটোৰ দুৰ্বল প্ৰদনৰ্শন । ইয়াৰ পাছতে অনুৰাগীৰ ট্ৰ’ল।
নাটাছা ষ্টেনকভিচৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদ। ২০২৪ চনৰ জুলাই মাহত দুয়োজনে আনুষ্ঠানিকভাৱে বিচ্ছেদ হৈছিল দুয়োৰে।
ভাৰতক টি-২০ বিশ্বকাপ ২০২৪ খিতাপ দখল কৰাত হাৰ্দিকৰ ভূমিকা । এই প্ৰতিযোগিতাত তেওঁ দলৰহৈ বল আৰু বেটিং দুয়োটাতে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলৰ শেষ অভাৰত তেওঁ স্মৰণীয় বলিং কৰিছিল। শেষৰ অভাৰত তেওঁ মিলাৰৰ উইকেট দখল কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক