হৃদৰোগীৰ বাবে গ্ৰীণ টিৰ উপকাৰিতা

26 Oct 2024

TV9 ASSAM

অভাৱনীয় হাৰত বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা । গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে সঠিক আহাৰ গ্ৰহণ কৰাৰ অতি প্ৰয়োজন ।

হৃদৰোগ

প্ৰায় সংখ্যক লোকৰে গ্ৰীণ টি খোৱাৰ অভ্যাস আছে । ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে বৰ্তমান সময়ত অধিকাংশ লোকে গ্ৰীণ টি সেৱন কৰে ।

ওজন নিয়ন্ত্ৰণ

যিধৰণে ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে গ্ৰীণ টি উপকাৰী, সেই একে ধৰণে হৃদৰোগৰ বাবেও গ্ৰীণ টি উপকাৰী বুলি কোৱা হয় ।

গ্ৰীণ টি উপকাৰী

গ্ৰীণ টিয়ে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে । ফলত ফলত হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

কলেষ্টেৰল নিয়ন্ত্ৰণ

গ্ৰীণ টিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে । ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় । 

ৰক্তচাপ হ্ৰাস

ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে গ্ৰীণ টি অতি উপযোগী । বিশেষজ্ঞসকলৰ মতে গ্ৰীণ টিয়ে হৃদৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে ৷

ওজন নিয়ন্ত্ৰণ

গ্ৰীণ টিয়ে ওজন হ্ৰাস কৰাৰ লগ়তে ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে । ইয়াৰ ফলত হৃদৰোগৰ আশংকাও হ্ৰাস পায় ।

ডায়েবেটিচ নিয়ন্ত্ৰণ

পঢ়িবলৈ ক্লিক কৰক

শনিবাৰৰ দিনটোত কৰক ৫ টা প্ৰতিকাৰ